অণুজীৱ
From Wikipedia, the free encyclopedia
অণুজীৱ হ'ল সেইসকল ক্ষুদ্ৰ জীৱ যাক খালী চকুৰে মনিব নোৱাৰি ৷ এই জীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। এই জীৱসমূহ এককোষী, বহুকোষী উভয় প্ৰকাৰৰ হব পাৰে ৷
সকলো প্ৰকাৰৰ ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, এককোষী শেলাই আদি অণুজীৱৰ অন্তৰ্গত ৷
এই জীৱবিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |