আন্তৰ্জাতিক অহিংসা দিৱস
From Wikipedia, the free encyclopedia
আন্তৰ্জাতিক অহিংসা দিৱস (International Day of Non-Violence) প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা গোটেই বিশ্বজুৰি পালন কৰা হয়। ভাৰতত এই দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।
ক্ষিপ্ৰ তথ্য আন্তৰ্জাতিক অহিংসা দিৱস International Day of Non-Violence, পালন কৰে ...
আন্তৰ্জাতিক অহিংসা দিৱস International Day of Non-Violence | |
---|---|
ৰাষ্ট্ৰসংঘৰ পতাকা | |
পালন কৰে | ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ |
প্ৰকাৰ | আন্তৰাষ্ট্ৰীয় দিৱস |
তাৰিখ | ২ অক্টোবৰ |
উদযাপন | গোটেই বিশ্বজুৰি বিভিন্ন কাৰ্যসূচী পালন |
সম্পৰ্কিত | গান্ধী জয়ন্তী |
অৱধি | এদিন |
সংঘটন | বছৰেকীয়া |
বন্ধ কৰক