উত্তৰাখণ্ড
From Wikipedia, the free encyclopedia
উত্তৰাখণ্ড (হিন্দী: उत्तराखंड) ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত (চীনৰ অংশ), পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত। ২০০০ চনলৈকে এইখন উত্তৰপ্ৰদেশৰ অন্তৰ্গত আছিল। পুৰাণ আৰু ভাৰতৰ প্ৰাচীন ঐতিহাসিক দলিলসমূহে এই অঞ্চলৰ প্ৰাচীন নাম "উত্তৰাখণ্ড" হিচাপেই বৰ্ণিত - যাৰ আক্ষৰিক অৰ্থ ভাৰতৰ উত্তৰৰ ভূখণ্ড। স্থানীয় জনগণৰ অধিকাংশৰ ইচ্ছাৰে ২০০৭ চনৰ জানুৱাৰী মাহৰ পৰা ইয়াৰ নাম উত্তৰাঞ্চলৰ সলনি উত্তৰাখণ্ড কৰা হয়। উত্তৰাখণ্ডৰ অস্থায়ী ৰাজধানী ডেৰাদুন। ৰাজ্যৰ উচ্চতম আদালত (হাইকোৰ্ট) নৈনিতালত অৱস্থিত।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য চৰকাৰী ভাষা ...
Uttarakhand उत्तराखण्डम् | |||
— state — | |||
|
|||
স্থানাঙ্ক | 30.33°N 78.06°E / 30.33; 78.06 | ||
দেশ | ভাৰত | ||
জিলাৰ সংখ্যা | 13 | ||
Established | ৯ নৱেম্বৰ ২০০০ | ||
ৰাজধানী | ডেৰাদুন | ||
মহানগৰ | ডেৰাদুন | ||
ৰাজ্যপাল | |||
Speaker | |||
মুখ্যমন্ত্ৰী | |||
বিধানসভা (আসন) | Unicameral (71‡) | ||
জনসংখ্যা • ঘনত্ব |
8,479,562 (19th) • 158 /কিমি২ (409 /বৰ্গ মাইল) | ||
স্বাক্ষৰতা | 72% | ||
চৰকাৰী ভাষা | হিন্দী, সংস্কৃত,[1][2] গাড়ৱালী | ||
---|---|---|---|
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি | >53,566 km (33,284 mi)> (18th)> | ||
ISO 3166-2 | IN-UL | ||
পাদটিকা
| |||
ৱেবছাইট | ua.nic.in |
বন্ধ কৰক