ওলন্দাজ ৱিকিপিডিয়া
From Wikipedia, the free encyclopedia
ওলন্দাজ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওলন্দাজ ভাষাৰ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 21,54,040 প্ৰবন্ধ আছে।
ক্ষিপ্ৰ তথ্য ওলন্দাজ ৱিকিপিডিয়া, ইউ আৰ এল ...
ওলন্দাজ ৱিকিপিডিয়া | |
---|---|
soft2i | |
ইউ আৰ এল | nl.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | ডাচ ভাষা es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
বন্ধ কৰক