জালিয়ানৱালাবাগৰ হত্যাকাণ্ড
গণহত্যা / From Wikipedia, the free encyclopedia
জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰ হত্যাকাণ্ড ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছিল। এই চহৰৰ জালিয়ানাৱালাবাগ নামৰ এখন উদ্যানত সমবেত নীৰস্ত্ৰ জনগণৰ ওপৰত গুলিবৰ্ষণ কৰা হৈছিল। এই হত্যাকাণ্ড প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজ চৰকাৰে দিয়া "নাইটহুড" উপাধি ত্যাগ কৰিছিল।
ক্ষিপ্ৰ তথ্য জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড, স্থান ...
জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড | |
---|---|
১৯১৯ চনৰ জালিয়ানাৱালাবাগ, হত্যাকাণ্ডৰ এমাহ পিছত তোলা ফটো | |
স্থান | অমৃতসৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত |
স্থানাংক | 31°37′13.87″N 74°52′49.55″E |
তাৰিখ | ১৩ এপ্ৰিল ১৯১৯; ১০৫ বছৰ আগত (1919-04-13) আবেলিৰ ৫:৩৭ বজা (ভামাস) |
লক্ষ্য | অমৃতসৰ জালিয়ানাৱালাবাগত গোট খোৱা অহিংস প্ৰতিবাদকাৰী জনতা আৰু বৈচাখী উৎসৱৰ বাবে অহা তীৰ্থযাত্ৰী |
আক্ৰমণৰ প্ৰকাৰ | নৰসংহাৰ |
অস্ত্ৰ | লী-এনফিল্ড ৰাইফল |
নিহত | ৩৭৯-১,৬০০[উদ্ধৃতিৰ প্ৰয়োজন][1] |
আহত | ~ ১,১১৫ |
আক্ৰমণকাৰী | Riflemen of the 2nd/9th Gurkha Rifles, the 54th Sikhs and the 59th Sind Rifles, British India Army |
অংশগ্ৰহণকাৰীৰ সংখ্যা | ৫০ |
বন্ধ কৰক