ডেনিয়েল ডিফো
From Wikipedia, the free encyclopedia
ডেনিয়েল ডিফো (ইংৰাজী: Daniel Defoe) হৈছে ১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা এগৰাকী সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ।[1] তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত 'ৰবিনছন ক্ৰুছো'ই তেওঁক অমৰ কৰি ৰাখিছে।[1]
ক্ষিপ্ৰ তথ্য ডেনিয়েল ডিফো, জন্ম ...
ডেনিয়েল ডিফো | |
---|---|
ডেনিয়েল ডিফো | |
জন্ম | ডেনিয়েল ফ’ (Daniel Foe) ১৬৬০ লণ্ডন, ইংলেণ্ড |
মৃত্যু | ২৪ এপ্ৰিল ১৭৩১ (বয়স ৭১) লণ্ডন, ইংলেণ্ড |
সমাধিস্থল | বুনহিল ফিল্ডচ্ |
পেচা | লেখক, সাংবাদিক, ব্যৱসায়ী |
ধৰণ | দুঃসাহসিক |
দাম্পত্যসংগী | মেৰী টাফ্লি |
বন্ধ কৰক