ডেভিদ (মাইকেলেঞ্জেল')
From Wikipedia, the free encyclopedia
ডেভিদ হ'ল ইটালীৰ শিল্পী মাইকেলেঞ্জেল'ৰ দ্বাৰা নিৰ্মিত পৃথিবীৰ বিখ্যাত ভাস্কৰ্যবোৰৰ ভিতৰত অন্যতম এটা মূৰ্তি। ১৫০৪ চনত ফ্লোৰেন্সত ইয়াক স্থাপন কৰা হয়। কান্ধত কেটেপা লৈ যুদ্ধৰ বাবে সাজু হৈ থকা এজন ডেকা ল'ৰা হিচাবে প্ৰতিষ্ঠা কৰা ডেভিদক শৰীৰবিজ্ঞানৰ ফালৰ পৰাও সম্পূৰ্ণ শুদ্ধ জোখত নিৰ্মাণ কৰা হৈছিল।
ক্ষিপ্ৰ তথ্য শিল্পী, বছৰ ...
শিল্পী | মাইকেলেঞ্জেল' |
---|---|
বছৰ | ১৫০১-১৫০৪ |
প্ৰকাৰ | Carrara marble |
অৱস্থিতি | Galleria dell'Accademia, ফ্লোৰেন্স |
বন্ধ কৰক