থ্ৰী ইডিয়টচ্
ৰাজকুমাৰ হিৰানীৰ দ্বাৰা পৰিচালিত ২০০৯ বৰ্ষৰ চলচ্চিত্র / From Wikipedia, the free encyclopedia
থ্ৰী ইডিয়টচ্ হৈছে ৰাজকুমাৰ হিৰাণি পৰিচালিত ২০০৯ চনত মুক্তি পোৱা এখন হাস্যধৰ্মী ভাৰতীয় হিন্দী চলচ্চিত্ৰ। থ্ৰী ইডিয়টচ মূলত জনপ্ৰিয় ভাৰতীয় লিখক চেতন ভগতৰ ঊপন্যাস 'Five Point Someone-What not to do at IIT!'ৰ আধাৰত নিৰ্মিত, ছবিখনৰ নিৰ্মাতা বিধু বিনোদ চোপ্ৰা মুখ্য ভূমিকাত থকা অভিনেতা অভিনেত্ৰী সকল হৈছে আমিৰ খান, কৰীণা কাপুৰ, আৰ. মাধৱন, শৰমন জোশী, বোমন ইৰাণী, অ’মি বৈদ্য আদি।
ক্ষিপ্ৰ তথ্য থ্ৰী ইডিয়টচ্, পৰিচালক ...
থ্ৰী ইডিয়টচ্ | |
---|---|
থ্ৰী ইডিয়টচৰ পোষ্টাৰ | |
পৰিচালক | ৰাজকুমাৰ হিৰাণি |
চিত্ৰনাট্য | অভিজিত জোসী ৰাজকুমাৰ হিৰাণি বিধু বিনোদ চোপ্ৰা |
কাহিনী | অভিজিত জোশী ৰাজকুমাৰ হিৰাণি |
প্ৰযোজক | বিধু বিনোদ চোপ্ৰা |
অভিনয়ত | আমিৰ খান কৰীণা কাপুৰ আৰ. মাধৱন শৰমন জোশী বোমন ইৰাণী অ’মি বৈদ্য ম’না সিং পৰিক্ষিত সাহানী |
সূত্ৰধাৰ | আৰ. মাধৱন |
চিত্ৰগ্ৰহণকাৰী | চি. কে. মুৰলিধৰণ |
সম্পাদনা | ৰঞ্জিত বাহাদুৰ ৰাজকুমাৰ হিৰাণি |
সংগীত পৰিচালক | শান্তনু মৈত্ৰ |
পৰিবেশক | বিনোদ চোপ্ৰা প্ৰডাকচনচ |
মুক্তি |
২৫ডিচেম্বৰ’২০০৯ |
দৈৰ্ঘ্য |
১৬৪ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹৩৫ কোটি (৪.৯১ মিলিয়ন ডলাৰ) [1] |
সৰ্বমুঠ আয় | ₹৩৮৫ কোটি (৫৩.৯৮ মিলিয়ন ডলাৰ) [2] |
বন্ধ কৰক