নিউয়ৰ্ক মহানগৰ
আমেৰিকাৰ মহানগৰ / From Wikipedia, the free encyclopedia
নিউয়ৰ্ক মহানগৰ (ইংৰাজী: New York City; সংক্ষেপে NYC বা এন ৱাই চি) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্বৰ এক গুৰুত্বপূৰ্ণ চহৰ। ২০১৮ চনৰ অনুমাণিক ৮২,৯৮,৭৪৮ জনসংখ্যাৰে আৰু ৭৮৪ বৰ্গ কিলোমিটাৰ (৩০২.৬ বৰ্গ মাইল) মাটিকালিৰে নিউয়ৰ্ক মহানগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক জনবসতীপূৰ্ণ আৰু সৰ্বাধিক জনঘনত্বৰ চহৰ।[5]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য নিউয়ৰ্ক মহানগৰ, স্থাপিত ...
নিউয়ৰ্ক মহানগৰ | |||
---|---|---|---|
— মহানগৰ — | |||
|
|||
ভৌগোলিক স্থানাংক: 40.7127°N 74.0059°W / 40.7127; -74.0059 | |||
স্থাপিত | ১৬২৪ | ||
নিউয়ৰ্ক পৌৰনিগম | ১৮৯৮ | ||
চৰকাৰ[1] | |||
- প্ৰকাৰ | পৌৰনিগম | ||
- মেয়ৰ | বিল দে ব্লেচিঅ' | ||
মাটিকালি[2] | |||
- সৰ্বমুঠ | ৪৬৮.৫ বৰ্গ মাইল (১,২১৩.৪ কি.মি.২) |
||
- মাটি | ৩০২.৬ বৰ্গ মাইল (৭৮৩.৭ কি.মি.২) |
||
- পানী | ১৬৫.৮ বৰ্গ মাইল (৪২৯.৪ কি.মি.২) |
||
- মহানগৰ | ১৩,৩১৮ বৰ্গ মাইল (৩৪,৪৯৩.৫ কি.মি.২) |
||
উচ্চতা[3] | ১০ মিটাৰ (৩২.৮১ ফুট) | ||
জনসংখ্যা [4] | |||
- আনুমানিক (২০১৩) | ৮৪,০৫,৮৩৭'"`UNIQ--ref-০০০০০০০৪-QINU`"' জন | ||
- স্থান | ১ম (আমেৰিকা যুক্তৰাষ্ট্ৰত)তম | ||
- জনঘনত্ব | ২৭,৫৫০ প্ৰতি বৰ্গ মাইল (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "২" প্ৰতি বৰ্গ কি.মি.) |
||
- মহানগৰ | ১,৯৯,৮৯,৮০২ জন | ||
- CSA | ২,৩৩,৬২,০৯৯ জন | ||
বিশেষণ | New Yorker | ||
সময় অঞ্চল | Eastern (EST) (গ্ৰী.মা.স.-5) | ||
- গ্ৰীষ্ম (দি স স) | EDT (গ্ৰী.মা.স.-4) | ||
ZIP code | ১০০xx–১০৪xx, ১১০০৪–০৫, ১১১xx–১১৪xx, ১১৬xx | ||
অঞ্চল কোড | ২১২, ৩৪৭, ৬৪৬, ৭১৮, ৯১৭, ৯২৯ | ||
FIPS code | ৩৬-৫১০০০ | ||
ৱেবছাইট | www |
বন্ধ কৰক