নিম
From Wikipedia, the free encyclopedia
নিম (ইংৰাজী: Neem, বৈজ্ঞানিক নাম: Azadirachta indica) ‘Meliaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদ। এই উদ্ভিদবিধ ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ ক্ৰান্তীয় তথা অৰ্ধক্ৰান্তীয় বনাঞ্চলত স্থানীয়ভাৱে হয়।
ক্ষিপ্ৰ তথ্য নিম, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
নিম | |
---|---|
নিম গছৰ ফুল আৰু পাত | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
বৰ্গ: | Sapindales |
পৰিয়াল: | Meliaceae |
গণ: | Azadirachta |
প্ৰজাতি: | A. indica |
বৈজ্ঞানিক নাম | |
Azadirachta indica A.Juss., 1830[1] | |
সমাৰ্থক[1][2] | |
|
বন্ধ কৰক