নীৰ্জল একাদশী
From Wikipedia, the free encyclopedia
নীৰ্জল একাদশী হৈছে এক হিন্দু ধৰ্মীয় উৎসৱ। চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি জ্যেষ্ঠ(মে/জুন) মাহৰ একাদশীত এই উৎসৱ পালন কৰা হয়।[1][2] এই একাদশীৰ নাম পানীৰ অন্য নাম নীৰ আৰু জলৰ পৰা অহা(নীৰ-জল)। এই একাদশীত পানী বিহীন ভাবে ব্ৰত পালন কৰা হয়।[2] ২৪টা একাদশীৰ ভিতৰত এই একাদশীৰ বিশেষত্ব অধিক। ই এক ধৰ্মীয় উৎসৱ। এই একাদশী পালন কৰিলে অধিক ফল লাভ হয় বুলি জনবিশ্বাস প্ৰচলিত আছে।[2]
ক্ষিপ্ৰ তথ্য নীৰ্জল একাদশী, অন্য নাম ...
নীৰ্জল একাদশী | |
---|---|
বিষ্ণু | |
অন্য নাম | পাণ্ডৱ একাদশী, ভীম একাদশী, ভীমসেনী একাদশী |
পালন কৰে | হিন্দু |
প্ৰকাৰ | হিন্দু |
তাৰিখ | চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি নিৰ্ধাৰিত। |
আচাৰ | প্ৰাৰ্থনা আৰু ধৰ্মীয় ৰীতি নীতিৰে বিষ্ণু পূজা। |
বন্ধ কৰক