পালি ধৰ্মশাস্ত্ৰ
থেৰবাদ পৰম্পৰাৰ বৌদ্ধ ধৰ্মগ্ৰন্থ / From Wikipedia, the free encyclopedia
পালি ধৰ্মশাস্ত্ৰ বা পালি ধৰ্মানুশাসন থেৰবাদী বৌদ্ধ ধৰ্ম শাস্ত্ৰৰ মান্য সংকলন, যি পালি ভাষাত সংৰক্ষিত।[1] ই আৰম্ভণিৰ বৌদ্ধ ধৰ্মানুশাসনৰ বৰ্তমানে অস্তিত্বত থকা আতাইতকৈ সম্পূৰ্ণ সংকলন।[2] এই সংকলনৰ মূল উৎস বৌদ্ধ ধৰ্মৰ তাম্ৰশতীয়া পৰম্পৰা।[3]