পালি ভাষা
From Wikipedia, the free encyclopedia
পালি (/ˈpɑːli/) হৈছে ভাৰতীয় উপমহাদেশৰ এটা থলুৱা মধ্য ভাৰত-আৰ্য লিটাৰ্জিকেল ভাষা। বৌদ্ধ ধৰ্মৰ পালি কেনন বা টিপিটকৰ ভাষাৰ লগতে থেৰাবাদ বৌদ্ধ ধৰ্মৰ পবিত্ৰ ভাষা হিচাপে এই ভাষাৰ বহুল অধ্যয়ন হোৱা দেখা যায়।[3] প্ৰাৰম্ভিক কালত ইয়াক ব্ৰাহ্মী লিপিৰে লিখা হৈছিল।
ক্ষিপ্ৰ তথ্য পালি, উচ্চাৰণ ...
পালি | |
---|---|
पालि/𑀧𑀸𑀮𑀺/𐨤𐨫𐨁/បាលី/ပါဠိ/บาลี/පාලි/Pāli | |
উচ্চাৰণ | [paːli] |
থলুৱা অঞ্চল | ভাৰতীয় উপমহাদেশ |
যুগ | খ্ৰীষ্টপূৰ্ব ৩য় শতিকা – বৰ্তমান[1] থেৰাবাদ বৌদ্ধ ধৰ্মৰ লিটাৰ্জিকেল ভাষা |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
লিখন প্ৰণালী | ব্ৰাহ্মী, খাৰোস্তি, খ্মেৰ, বাৰ্মিজ, থাই, সিংহালা আৰু লেটিন বৰ্ণমালালৈ লিপিবদ্ধ কৰা। |
ভাষা সংকেত | |
ISO 639-1 | pi |
ISO 639-2 | pli |
ISO 639-3 | pli |
ভাষাতাত্বিক |
pli |
গ্লোটোলগ | pali1273 [2] |
বন্ধ কৰক