প্ৰাইড মাহ
From Wikipedia, the free encyclopedia
এলজিবিটি প্ৰাইড মাহ হৈছে লেচবিয়ান, গে, বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ (এলজিবিটি) লোকসকলৰ গৌৰৱ উদযাপন আৰু স্মৃতিচাৰণৰ বাবে উৎসৰ্গিত এটা মাহ। সাধাৰণতে জুন মাহক প্ৰাইড মাহ হিচাপে পালন কৰা হয়।[1] ১৯৬৯ চনত সমকামী মুক্তিৰ বাবে হোৱা ধাৰাবাহিক ষ্টোনৱাল প্ৰতিবাদৰ পিছত প্ৰাইড মাহ আৰম্ভ হয়। পিছলৈ আমেৰিকাৰ বাহিৰলৈও এই উদযাপন বিয়পি পৰে।[2] আধুনিক যুগৰ গৌৰৱ মাহে এলজিবিটি অধিকাৰৰ বাবে আন্দোলনক সন্মান জনোৱা আৰু এলজিবিটি সংস্কৃতিক উদযাপন কৰা দুয়োটাকে বুজাই।
ক্ষিপ্ৰ তথ্য এলজিবিটি প্ৰাইড মাহ, প্ৰকাৰ ...
এলজিবিটি প্ৰাইড মাহ | |
---|---|
২০১৮ চনৰ ছান ফ্ৰান্সিস্কো, কেলিফৰ্ণিয়াত গৌৰৱ যাত্ৰা। | |
প্ৰকাৰ | সাংস্কৃতিক |
তাৰিখ | জুন |
আচাৰ | গৌৰৱ যাত্ৰা, এলজিবিটি সংস্কৃতি |
অৱধি | এমাহ |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক