ফেশ্বন (চলচ্চিত্ৰ)
মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা পৰিচালিত ২০০৮ বৰ্ষৰ চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
ফেশ্বন (ইংৰাজী: Fashion) হ'ল মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা নিৰ্দেশিত, সহ-প্ৰযোজিত, সহ-ৰচিত ২০০৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। ইয়াত প্ৰিয়ংকা চোপ্ৰা, কংগণা ৰাণাৱট, নৱাগতা মুগ্ধা গডছে, অৰ্জন বজৱা আদিয়ে অভিনয় কৰিছে। ছবিখনে মূল নায়িকা প্ৰিয়ংকা চোপ্ৰাৰ চকুৰে ফেশ্বন বিশ্বৰ এক অন্ধকাৰ দিশৰ ছবি দাঙি ধৰে। এই ছবিখনত কৰা অভিনয়ৰ বাবে প্ৰিয়ংকা চোপ্ৰা আৰু কংগণা ৰাণাৱতে ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
ক্ষিপ্ৰ তথ্য ফেশ্বন, পৰিচালক ...
ফেশ্বন | |
---|---|
চলচ্চিত্ৰৰ প'ষ্টাৰ | |
পৰিচালক | মধুৰ ভাণ্ডাৰকাৰ |
চিত্ৰনাট্য | অজয় মংগা মধুৰ ভাণ্ডাৰকাৰ অনুৰাধা তিৱাৰী |
কাহিনী | অজয় মংগা |
প্ৰযোজক | মধুৰ ভাণ্ডাৰকাৰ দেৱেন খোটে ৰণী স্ক্ৰুৱালা জাৰিণ মেহতা |
অভিনয়ত | প্ৰিয়ংকা চোপ্ৰা কংগণা ৰাণাৱত মুগ্ধা গড্ছে সমীৰ চোনী আৰবাজ খান অৰ্জন বজৱা |
সূত্ৰধাৰ | প্ৰিয়ংকা চোপ্ৰা |
চিত্ৰগ্ৰহণকাৰী | মহেশ লিমায়ে |
সম্পাদনা | দেৱেন মুৰ্দেশ্বৰ |
সংগীত পৰিচালক | ছলিম-ছুলেইমান |
পৰিবেশক | য়ুটিভি মোশ্যন পিক্সাৰ্ছ ভাণ্ডাৰকাৰ এণ্টাৰ্টেইনমেণ্ট |
মুক্তি |
২৯অক্টোবৰ, ২০০৮ |
দৈৰ্ঘ্য |
১৭৮ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹ ২০ কোটি (আনুমানিক) |
সৰ্বমুঠ আয় | ₹ ৩৬.৭৫ কোটি[1] |
বন্ধ কৰক