বাদুলি
From Wikipedia, the free encyclopedia
বাদুলি (ইংৰাজী: Bat) পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে। বাদুলিৰ সমসংস্থ অংগ (Homologous organ) ডেউকালৈ পৰিবৰ্তীত হৈছে। ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে। কিছুমান বাদুলিৰ প্ৰজাতি, বিশেষকৈ নেজযুক্ত বাদুলিৰ নেজডালো চামৰাৰ আৱৰণখনে আৱৰি থকা দেখা যায়। পৃথিৱীত প্ৰায় ১২৪০টা প্ৰজাতিৰ বাদুলি আছে। বাদুলিৰ প্ৰজাতিসংখ্যা স্তন্যপায়ী প্ৰাণীৰ মুঠ প্ৰজাতিসংখ্যাৰ শতকৰা ২০ ভাগ[1]।
ক্ষিপ্ৰ তথ্য জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন, Suborders ...
Bat জীৱাশ্ম কাল: ৫২–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
Townsend's big-eared bat, Corynorhinus townsendii | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
অনুশ্ৰেণী: | Eutheria |
মহাবৰ্গ: | Laurasiatheria |
বৰ্গ: | Chiroptera Blumenbach, 1779 |
Suborders | |
See article | |
Worldwide distribution of bat species |
বন্ধ কৰক