বিৰছা মুণ্ডা
ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী তথা লোকনায়ক / From Wikipedia, the free encyclopedia
বিৰছা মুণ্ডা (ইংৰাজী: Birsa Munda; ১৮৭৫-১৯০০)[4] ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক আছিল যিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতৰ বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ছোটা নাগপুৰ মালভূমি অঞ্চলৰ অন্যতম বৃহৎ জনজাতি গোট মুণ্ডা জনগোষ্ঠীৰ সদস্য আছিল।
ক্ষিপ্ৰ তথ্য বিৰছা মুণ্ডা, জন্ম ...
বিৰছা মুণ্ডা | |
---|---|
এচ্.চি.ৰায়-ৰ মুণ্ডাচ্ এণ্ড দেয়াৰ কাণ্ট্ৰি ৰ পৰা লোৱা ছবি[1] | |
জন্ম | ১৫ নৱেম্বৰ, ১৮৭৫ উলিহাতু, খুঁটি জিলা, ভাৰত |
মৃত্যু | ৯ জুন, ১৯০০ ৰাঁচী জেল[2][3] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | बिरसा मुंडा |
জনা যায় | ভাৰতৰ স্বাধীনতা আন্দোলন |
ধৰ্ম | হিন্দু ধৰ্ম |
বন্ধ কৰক