বৰুণ সিং ভাটী
From Wikipedia, the free encyclopedia
বৰুণ সিং ভাটী (ইংৰাজী: Varun Singh Bhati) এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ পলিঅ' ৰোগত আক্ৰান্ত। তেওঁ বেংগালুৰুৰ ভাৰতীয় ক্ৰীড়া নিগমত প্ৰশিক্ষণ গ্ৰহণ কৰিছে তথা গ'স্পৰ্ট ফাউণ্ডেশ্যনে তেওঁক আৰ্থিক দিশত সহায় কৰে।[1]
ক্ষিপ্ৰ তথ্য বৰুণ সিং ভাটী, ব্যক্তিগত তথ্যাৱলী ...
বৰুণ সিং ভাটী | ||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||
জন্ম | ১৩ ফেব্ৰুৱাৰী, ১৯৯৫ (২৯ বছৰ) | |||||||||||||||||||||||||||
বাসগৃহ | গ্ৰেটাৰ নয়ডা, উত্তৰ প্ৰদেশ, ভাৰত | |||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||
ক্ৰীড়া | পেৰা এথলেটিক্স | |||||||||||||||||||||||||||
শিতান | হাই জাম্প টি৪২ | |||||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক