ভলিবল
From Wikipedia, the free encyclopedia
ভলিবল (ইংৰাজী: Volleyball) অলিম্পিক খেলত দুই দলেৰেই ছয়জন কৰি খেলুৱৈ থাকে। নেট দি বিভক্ত কৰা কোৰ্টৰ দুই প্ৰান্তত খেলুৱৈসকল থাকে আৰু সিহঁতৰ উদ্দেশ্য থাকে প্ৰতিপক্ষ দলৰ সীমাৰ মাজত বলক ভূমিত স্পৰ্শ কৰাৰ মাধ্যমেৰে পয়ণ্ট অৰ্জন কৰা।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য সৰ্বোচ্চ পৰিচালনা সংস্থা, প্ৰথমবাৰ খেলা হয় ...
ভলিবল খেলৰ এটা দৃশ্য | |
সৰ্বোচ্চ পৰিচালনা সংস্থা | FIVB |
---|---|
প্ৰথমবাৰ খেলা হয় | ১৮৯৫, হলিউক, মেছাচুছেটচ্, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বৈশিষ্ট্য | |
সংস্পৰ্শ | No Contact |
দলৰ সদস্য | ৬ |
মিশ্ৰিত লিঙ্গৰ খেল | একক |
বৰ্গীকৰণ | ইনডোৰ, বীচ, ঘাঁহ |
উপকৰণ | ভলিবল |
অলিম্পিক | ১৯৬৪ |
বন্ধ কৰক