মণিপুৰ
ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্য। / From Wikipedia, the free encyclopedia
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য মণিপুৰ ꯃꯅꯤꯄꯨꯔ মনিপুৰ্, দেশ ...
মণিপুৰ ꯃꯅꯤꯄꯨꯔ মনিপুৰ্ |
|
---|---|
— ৰাজ্য — | |
ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: নংমাইচিং চিং পৰ্বতত ছানামাহী কিয়ং, ইমা কৈথেল (ইমা মাৰ্কেট), কাংলা শ্বা অজগৰৰ দ্বৈত মূৰ্তি, লোকটক হ্ৰদ, কাংলা দুৰ্গ ভিতৰৰ পাখাংবাৰ মন্দিৰ, মণিপুৰী শাস্ত্ৰীয় নৃত্য, মাৰ্জিং পোলো মূৰ্তি। | |
ভাৰতৰ মানচিত্ৰত মণিপুৰৰ অৱস্থান | |
মণিপুৰৰ মানচিত্ৰ | |
ভৌগোলিক স্থানাংক (ইম্ফাল): 24.817°N 93.95°E / 24.817; 93.95 | |
দেশ | ভাৰত |
প্ৰতিষ্ঠা | ২১ জানুৱাৰী, ১৯৭২ |
ৰাজধানী | ইম্ফাল |
জিলা | ১৬ খন |
চৰকাৰ | |
- ৰাজ্যপাল | নাজমা হেপতুল্লা |
- মুখ্যমন্ত্ৰী | নোংথোমবম বিৰেন সিং (ভাৰতীয় জাতীয় কংগ্ৰেছ) |
- বিধানসভা | এক-কক্ষবিশিষ্ট (৬০ আসন) |
- লোকসভা কেন্দ্ৰ | ২ |
- উচ্চ ন্যায়ালয় | মণিপুৰ উচ্চ ন্যায়ালয় |
মাটিকালি | |
- মুঠ | ২২,৩৪৭ কি.মি.২ (৮,৬২৮.২ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | 23rd |
জনসংখ্যা (২০১১) | |
- মুঠ | ২৭,২১,৭৫৬ জন |
- স্থান | ২২ndতম |
- জনঘনত্ব | ১২১.৮ প্ৰতি বৰ্গ কি.মি. (৩১৫.৪ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-MN |
HDI rank | 5th (2005) |
সাক্ষৰতাৰ হাৰ | ৭৯.২১% (২০১১ জনগণনা) |
চৰকাৰী ভাষা | মৈতৈ |
ৱেবছাইট | Manipur Official Website |
বন্ধ কৰক