মাৰাঠা মন্দিৰ
From Wikipedia, the free encyclopedia
মাৰাঠা মন্দিৰ মুম্বাইৰ মাৰাঠা মন্দিৰ মাৰ্গত অৱস্থিত এটা চিনেমা হল। [1] ই চিনেমা হলটোৰ নামত এটা অভিলেখ স্থাপিত হৈছে। অভিলেখটো হৈছে যে, দিলৱালে দুলহানিয়া লে যায়েংগে নামৰ জনপ্ৰিয় হিন্দী বোলছবিখন ১৯৯৫ চনত মুক্তি পোৱা দিনৰে পৰা আজি পৰ্যন্ত প্ৰতিদিনে প্ৰদৰ্শিত হৈ আহিছে। [2][3][4]
ক্ষিপ্ৰ তথ্য মাৰাঠা মন্দিৰ, ঠিকনা ...
মাৰাঠা মন্দিৰ | |
---|---|
ঠিকনা | মাৰাঠা মন্দিৰ মাৰ্গ, আৰ বি আই ষ্টাফ কলনী |
চহৰ | মুম্বাই |
দেশ | ভাৰত |
ভৌগলিক স্থানাংক | 18.971183°N 72.822134°E / 18.971183; 72.822134 |
বন্ধ কৰক