য়েভেচ মেয়াৰ
From Wikipedia, the free encyclopedia
য়েভেচ এফ. মেয়াৰ (ইংৰাজী: Yves F. Meyer) (ফৰাচী: [mɛjɛʁ]; জন্ম : ১৯ জুলাই ১৯৩৯) এজন ফ্ৰান্সৰ গণিতজ্ঞ। ১৯৩৯ চনৰ ১৯ জুলাই তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰত তেওঁৰ জন্ম হয়। তেওঁ ৱেভলেট সূত্ৰৰ (wavelet theory) অন্যতম পিতৃপুৰুষ। এই সূত্ৰৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ বৰ্ষৰ এবেল বঁটা প্ৰদান কৰা হয়।
ক্ষিপ্ৰ তথ্য য়েভেচ মেয়াৰ Yves Meyer, জন্ম ...
য়েভেচ মেয়াৰ Yves Meyer | |
---|---|
জন্ম | ১৯ জুলাই, ১৯৩৯ পেৰিছ, ফ্ৰান্স |
পেচা | গণিতজ্ঞ, অধ্যাপক |
ৰাষ্ট্ৰীয়তা | ফৰাচী |
নাগৰিকত্ব | ফ্ৰান্স |
মাতৃশিক্ষায়তন | ইকল নৰমালে চুপিৰিয়ৰ (École Normale Supérieure) |
উল্লেখযোগ্য বঁটা | চালেম বঁটা (১৯৭০) কাৰ্ল ফ্ৰেডৰিকগছ প্ৰাইজ (২০১০) এবেল বঁটা (২০১৭) |
বন্ধ কৰক