ষ্টেফি ডিচুজা
From Wikipedia, the free encyclopedia
ষ্টেফানি "ষ্টেফি" ডিচুজা, নী চেকুয়েৰা (২৬ ডিচেম্বৰ ১৯৩৬ – ১১ ছেপ্টেম্বৰ ১৯৯৮) এথলেটিকছ আৰু মহিলা হকীত ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ আছিল। ১৯৬৩ চনত তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়৷
ক্ষিপ্ৰ তথ্য ষ্টেফি ডিচুজা, ব্যক্তিগত তথ্যাৱলী ...
ষ্টেফি ডিচুজা | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
সম্পূৰ্ণ নাম | ষ্টিফানি ডিচুজা | ||||||||||||||||||
উপনাম | ফ্লায়িং ৰাণী[1] | ||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||
জন্ম | ২৬ ডিচেম্বৰ ১৯৩৬ গোৱা, ভাৰত | ||||||||||||||||||
মৃত্যু | ১১ ছেপ্টেম্বৰ, ১৯৯৮ (৬১ বছৰ) জামচেদপুৰ, ভাৰত | ||||||||||||||||||
নিয়োগাধীন | ভাৰতীয় ৰেল | ||||||||||||||||||
উচ্চতা | 5 ফুট 2 ইঞ্চি (160 cm) | ||||||||||||||||||
ওজন | 110 পাউণ্ড (৫০ কেজি) | ||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||
ক্ৰীড়া | ট্ৰেক এণ্ড ফিল্ড | ||||||||||||||||||
শিতান | দৌৰ | ||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক