সদস্য বাৰ্তা:Anshu CDAC
From Wikipedia, the free encyclopedia
অসমীয়া ৱিকিপিডিয়ালৈ বৰঙণি যোগোৱাৰ চেষ্টা কৰাৰ বাবে ধন্যবাদ। কিন্তু আপুনি যোগ কৰা গোতেই লেখাবোৰ পোনে পোনে বিকাশপেডিয়া ৱেবছাইটৰ পৰা প্ৰতিলিপি কৰিছে। বিকাশপেডিয়াৰ কপিৰাইট নীতিৰ বিষয়ে আপুনি অৱগত নহয় যদি (ময়ো নাজানো) এয়া বেয়া কথা হৈছে। অনুগ্ৰহ কৰি আৰু এনে পৃষ্ঠা সদ্যহতে যোগ নকৰিব। বিকাশপেডিয়া ৱেবছাইটক তথ্যসূত্ৰ হিচাপে লৈ আন উৎসৰো তথ্য যোগ কৰিহে আপুনি ৱিকিপিডিয়াত নতুন পৃষ্ঠা সৃষ্টি কৰা উচিত হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 09:45, 17 জুলাই 2014 (UTC)