হৰিলাল গান্ধী
From Wikipedia, the free encyclopedia
হৰিলাল মোহনদাস গান্ধী (২৩ আগষ্ট ১৮৮৮ – ১৮ জুন ১৯৪৮) আছিল মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ সৰ্বপ্ৰথম সন্তান।[1] তেওঁৰ তিনিজন ভায়েক আছিল- মণিলাল গান্ধী, ৰামদাস গান্ধী আৰু দেৱদাস গান্ধী।
ক্ষিপ্ৰ তথ্য হৰিলাল গান্ধী, জন্ম ...
হৰিলাল গান্ধী | |
---|---|
১৯১২ চনত হৰিলাল গান্ধী | |
জন্ম | হৰিলাল গান্ধী ২৩ আগষ্ট, ১৮৮৮ দিল্লী, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৮ জুন, ১৯৪৮ (৫৯ বছৰ) ব'ম্বে, ভাৰত |
অন্য নাম | হৰিলাল গান্ধী |
দাম্পত্যসঙ্গী | গুলাব গান্ধী |
পিতৃ-মাতৃ | মোহনদাস কৰমচান্দ গান্ধী কস্তুৰবা গান্ধী |
সন্তান | ৰাণী, মনু, কান্তিলাল, ৰসিকলাল, শান্তিলাল |
বন্ধ কৰক