ৱিকিপিডিয়া:হট কেট
From Wikipedia, the free encyclopedia
HotCat হৈছে এক জাভাস্ক্ৰীপ্ট প্ৰোগ্ৰাম যি ৱিকিপিডিয়াৰ পঞ্জীকৃত সদস্যসকলক কোনো এক প্ৰৱন্ধত ৱিকিপিডিয়া শ্ৰেণীসমুহ সহজে সলনি, সংযোগ আৰু আঁতৰ কৰাৰ সুবিধা প্ৰদান কৰে। ই এখন দিহা-সূচীৰ দ্বাৰা আগৰে পৰা থকা শ্ৰেণীসমুহ স্বয়ং-সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তাব আগবঢ়ায়।
চমুপথবোৰ: WP:HOTCAT WP:HC |
---|