ইজিপ্ত
উত্তৰ আফ্ৰিকাৰ ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
ইজিপ্ত বা মিছৰ (আৰবী ভাষাত: مصر মিস্ব্ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্ৰ্, ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ আফ্ৰিকা মহাদেশৰ মধ্য স্থলসেতুৰ দৰে কাম কৰে। ইজিপ্তৰ অধিকাংশ এলেকা মৰুময়। নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। নীল নদীৰ উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই ইজিপ্তৰ বেছি ভাগ মানুহ বাস কৰে। কাইৰো দেশৰ এখন ডাঙৰ চহৰ আৰু ৰাজধানী।
ক্ষিপ্ৰ তথ্য ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ جمهورية مصر العربية যুম্হুৰিয়াৎ মিস্ব্ৰ্ আল্ ʿআৰাবিয়্যাহ্গুম্হুৰিয়েৎ মাস্ব্ৰ্ এল্ ʿআৰাবিয়্যাহ্, বৃহত্তম নগৰ ...
ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ جمهورية مصر العربية যুম্হুৰিয়াৎ মিস্ব্ৰ্ আল্ ʿআৰাবিয়্যাহ্ গুম্হুৰিয়েৎ মাস্ব্ৰ্ এল্ ʿআৰাবিয়্যাহ্ |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত বিলাদি, বিলাদি, বিলাদি |
||||||
ৰাজধানী | কাইৰো 30°2′N 31°13′E | |||||
বৃহত্তম নগৰ | আলেকজান্দ্ৰীয়া | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰবী | |||||
চৰকাৰ | অৰ্ধ-ৰাষ্ট্ৰপতি প্ৰজাতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | আবদেল ফাত্তাহ আল চিচি | ||||
- | প্ৰধানমন্ত্ৰী | ইব্ৰাহীম মাহলাব | ||||
প্ৰতিষ্টিত | ||||||
- | প্ৰথম ৰাজবংশ | প্ৰায় ৩১৫০ BCE | ||||
- | স্বাধীনতা লাভ কৰিছে | ফেব্ৰুৱাৰী ২৮ ১৯২২ | ||||
- | প্ৰজাতন্ত্ৰ ঘোষণা কৰিছে | জুন ১৮ ১৯৫৩ | ||||
- | জাতীয় দিবস | ২৩শে জুলাই (২৩শে জুলাই ১৯৫২ উদযাপন কৰাত) | ||||
- | জলভাগ (%) | ০.৬৩২ | ||||
জনসংখ্যা | ||||||
- | ২০০৯ আনুমানিক | ৭,৭৪,২০,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' | ||||
- | ১৯৯৬ লোকপিয়ল | ৫,৯৩,১২,৯১৪ | ||||
- | ঘনত্ব | ৮২.৩ প্ৰতি বৰ্গকিমি (১২০তম) ২১৪.৪ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০০৯ আনুমানিক | |||||
- | মুঠ | $৪৭১.৫০৯ বিলিয়ন[1] (২৬তম) | ||||
- | জনমুৰি | $৬,১৪৭.১২[1] (১০১তম) | ||||
জিডিপি (নামমাত্ৰ) | ২০০৯ আনুমানিক | |||||
- | মুঠ | $১৮৭.৯৫৬ বিলিয়ন[1] (৪৯তম) | ||||
- | জনমুৰি | $২,৪৫০.৪১[1] (১১৭তম) | ||||
জিনি সহগ? (১৯৯৯–০০) | ৩৪.৫ (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৭০৩[2] (মধ্যম) (১২৩তম) | |||||
মুদ্ৰা | ইজিপ্তীয় পাউণ্ড (ইজিপি ) |
|||||
ইণ্টাৰনেট টিএলডি | .eg | |||||
কলিং ক'ড | +২০ | |||||
1 | কথিত ভাষা ইজিপ্তীয় আৰবী |
বন্ধ কৰক