চ্যু-তাম-লা
From Wikipedia, the free encyclopedia
চুত্যিণ্ফাৰ মৃত্যুৰ পাছত ১৬৪৮ চনত তেখেতৰ পুত্ৰ চাওফা চ্যু-তাম-লাক ৰজা পতা হয়। হিন্দু প্ৰথমতে তেখেতে জয়ধ্বজ সিংহ নাম লয়। ১৬৬২ চনৰ মোগলৰ একাদশতম আক্ৰমণত মোগলে আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰে। জয়ধ্বজ সিংহ ৰণৰ পৰা পলাই যাব লগা হৈছিল বাবে তেখেতক ভগনীয়া ৰজা বোলা হয়। ১৬৬৩ চনত আহোম আৰু মোগলৰ মাজত তিপামৰ ঘিলাধাৰী ঠাইত সন্ধি হয়। এই সন্ধিৰ চৰ্ত অনুসৰি জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুৱে অসমৰ সকলো ত্যাগ কৰি সুদূৰ দিল্লীলৈ যাব লগা হৈছিল।
ক্ষিপ্ৰ তথ্য চাওফা চ্যু-তাম-লা, উত্তৰসূৰী ...
চাওফা চ্যু-তাম-লা | |
---|---|
চাওফা | |
১৬৪৮ - ১৬৬৩ খ্ৰীষ্টাব্দ | |
চুত্যিণ্ফা | |
উত্তৰসূৰী | চুপংমুং |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-তাম-লা | |
বাসগৃহ | ছ্যু ফৈদ, আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক