ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬ ১১শ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনৰ ফলাফলে এখন ওলমা সংসদ দিবলৈ সক্ষম হৈছিল আৰু ফলস্বৰূপে ১৯৯৮ চনত ভাৰতবৰ্ষত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল। মাত্ৰ ২বছৰৰ চমু কালচোৱাত দেশখনে ৩জনকৈ প্ৰধান মন্ত্ৰী লাভ কৰিছিল। মুঠ ৫৪৫খন লোকসভাৰ আসনৰ ভিতৰত ৩৩২জন সদস্যৰ সমৰ্থন পাই সংযু্ক্ত মৰ্চাৰ নেতা এইচ ডি দেৱে গৌড়া ভাৰতৰ ১৪শ প্ৰধান মন্ত্ৰী হৈছিল।
ক্ষিপ্ৰ তথ্য দল, মিত্ৰদল ...
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬
|
১৯৯১ ←
|
১৯৯৬ৰ ২৭ এপ্ৰিল, ২ মে, ৭ মে
|
→ ১৯৯৮
|
|
|
|
|
|
|
দল |
জনতা দল |
বিজেপি |
কংগ্ৰেছ |
মিত্ৰদল |
ইউ এফ |
বিজেপি+ |
কংগ্ৰেছ+ |
জনপ্ৰিয় ভোট |
৯৭,১১৩,২৫২ | ৬৭,৯৪৫,৭৯০ | ৯৬,৪৪৩,৫০৬ |
শতাংশ |
২৯% | ২০.২৯% | ২৮.৮০ |
|
|
বন্ধ কৰক