ৰামকৃষ্ণ পৰমহংস
ভাৰতৰ এজন সন্ত তথা ধৰ্মাচাৰক / From Wikipedia, the free encyclopedia
ৰামকৃষ্ণ পৰমহংস ( Ramkṛiṣṇo Pôromôhongśo (সহায়·তথ্য)) আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই। ই মাথোঁ ঈশ্বৰপ্ৰাপ্তিৰ ভিন ভিন সাধন। [উদ্ধৃতিৰ প্ৰয়োজন]
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য Ramakrishna ৰামকৃষ্ণ পৰমহংস, জন্ম ...
Ramakrishna ৰামকৃষ্ণ পৰমহংস | |
---|---|
দক্ষিণেশ্বৰত ৰামকৃষ্ণ পৰমহংস | |
জন্ম | ১৮ ফেব্ৰুৱাৰী, ১৮৩৬ |
প্ৰকৃত নাম | গদাধৰ চট্টোপাধ্যায় |
উপাধি/সন্মান | পৰমহংস |
গুৰু | ভৈৰবী ব্ৰাহ্মণী, তোতাপুৰী, গোবিন্দ ৰায় |
দৰ্শন | অদ্বৈত বেদান্ত, ভক্তি |
বন্ধ কৰক