অষ্ট্ৰেলিয়া (মহাদেশ)
মহাদেশ / From Wikipedia, the free encyclopedia
অষ্ট্ৰেলিয়া পৃথিৱীৰ সাত মহাদেশৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি 8,468,300 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31,260,000।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
মাটিকালি | 8,468,300 km2 (3,269,600 sq mi) |
---|---|
জনসংখ্যা | ~31,260,000 |
জনঘনত্ব | ~ 3.7/km2 |
বাসিন্দা | অষ্ট্ৰেলিয়ান |
দেশসমূহ | ২ (অষ্ট্ৰেলিয়া আৰু পাপুৱা নিউগিনি) |
ভাষাসমূহ | ইংৰাজী, ইণ্ডোনেছিয়, টক পিচিন, হিৰি মটো, 269 টা দেশীয় পাপুৱান আৰু অষ্ট্ৰেনাছিয়ান ভাষা, আৰু প্ৰায় 70 টা দেশীয় অষ্ট্ৰেলিয়ান ভাষা |
সময় অঞ্চলসমূহ | GMT+10, GMT+9.30, GMT+8 |
ইন্টাৰনেট TLD | .au, .pg আৰু .id |
বৃহত্তম নগৰসমূহ | তালিকা
|
বন্ধ কৰক
নিউজিলেণ্ড অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্ভূক্ত নহয়, কিয়নো ই অষ্ট্ৰেলিয়া মহাদেশ থকা কন্টিনেণ্টেল চেল্ফ (ইংৰাজী: Continental shelf) খনত অৱস্থান কৰা নাই। নিউজিলেণ্ড সাগৰৰ তলত ডুবি থকা মহাদেশ (ইংৰাজী: Submerged continent) "জিলেণ্ডিয়া"-ৰ অন্তৰ্গত।[1]