উভচৰ প্ৰাণীFrom Wikipedia, the free encyclopedia উভচৰ প্ৰাণী (ইংৰাজী: Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।[1] এবিধ গছত থকা ভেকুলী একটি সালামাণ্ডাৰ এটা ছিছিলিয়ান The world's smallest known vertebrate, Paedophryne amauensis, sitting on a U.S. dime, 17.9 mm, for scale
উভচৰ প্ৰাণী (ইংৰাজী: Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।[1] এবিধ গছত থকা ভেকুলী একটি সালামাণ্ডাৰ এটা ছিছিলিয়ান The world's smallest known vertebrate, Paedophryne amauensis, sitting on a U.S. dime, 17.9 mm, for scale