এ
From Wikipedia, the free encyclopedia
এ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ অষ্টম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'এ'ও এটি স্বৰধ্বনি, সেয়েহে 'এ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'এ'-ক এনেদৰে লিখা যায়।[2]