এছিয়া
মহাদেশ / From Wikipedia, the free encyclopedia
এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
মাটিকালি | 4,45,79,000 বৰ্গ কি.মি. (1,72,12,000 বৰ্গ মাইল)[1] |
---|---|
জনসংখ্যা | 3,879,000,000 (1st)[2] |
জনঘনত্ব | 87/km2 (225/sq mi) |
বাসিন্দা | এছিয়ান |
দেশসমূহ | 48 (তালিকা) |
অধীনস্থ অঞ্চলসমূহ | তালিকা
|
অস্বীকৃত অঞ্চলসমূহ | তালিকা
|
ভাষাসমূহ | ভাষাসমূহৰ তালিকা |
সময় অঞ্চলসমূহ | UTC+2 ৰ পৰা UTC+12 লৈ |
ইন্টাৰনেট TLD | .asia |
বৃহত্তম নগৰসমূহ |
বন্ধ কৰক