কণ্টকচৰ্মী প্ৰাণী
From Wikipedia, the free encyclopedia
কণ্টকচৰ্মী বা একাইন'ডাৰ্মাটা হৈছে প্ৰাণীজগতৰ অন্যতম এটা প্ৰধান পৰ্ব। একাইন'ডাৰ্মাটা পৰ্বৰ অন্তৰ্ভুক্ত প্ৰাণীবোৰক একাইন'ডাৰ্ম বোলে। গ্ৰীক শব্দ Echinos অৰ্থ Spine বা কাঁইট আৰু Derma অৰ্থ skin তথা ত্বকৰ পৰা একাইন'ডাৰ্মাটা শব্দটি আহৰণ কৰা হৈছে।[1][2] সেইবাবে ইহঁতক সাধাৰণভাৱে কণ্টকচৰ্মী চৰ্মী বোলে।
ক্ষিপ্ৰ তথ্য কণ্টকচৰ্মী প্ৰাণী, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
কণ্টকচৰ্মী প্ৰাণী | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Echinodermata |
বন্ধ কৰক