গোলাঘাট জিলা
অসমৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো গোলাঘাট জিলাৰ বিষয়ে। জিলাখনৰ জিলাৰ সদৰৰ বাবে গোলাঘাট চাওক।
গোলাঘাট জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত অন্যতম। জিলাৰ সদৰ ঠাই গোলাঘাট নগৰ। এই জিলাৰ চাৰিটা মহকুমা হ'ল গোলাঘাট, ধনশিৰী, বোকাখাত আৰু মেৰাপানী। জিলাখনৰ মাটিকালি ৩,৫০২ কিলোমিটাৰ। ১৯৮৭ চনত জিলা ঘোষিত হোৱা এই জিলাৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১০,৬৬,৮৮৮ জন। ইয়াৰে ৫,৪৩,১৬১ জন পুৰুষ আৰু ৫,২৩,৭২৭ গৰাকি মহিলা।[1]
- এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
ক্ষিপ্ৰ তথ্য গোলাঘাট জিলা, দেশ ...
গোলাঘাট জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত গোলাঘাটৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | উজনি অসম |
স্থাপিত | ১৫ আগষ্ট ১৯৮৭ (1987-08-15) |
সদৰ | গোলাঘাট |
মহকুমা | গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী |
চৰকাৰ | |
- লোকসভা সমষ্টি | কলিয়াবৰ |
- বিধানসভা সমষ্টি | বোকাখাত (৯৩), সৰুপথাৰ (৯৪), গোলাঘাট (৯৫), খুমটাই (৯৬) |
মাটিকালি | |
- মুঠ | ৩,৫০২ কি.মি.২ (১,৩৫২.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১০,৬৬,৮৮৮ জন |
- জনঘনত্ব | ৩০৪.৭ প্ৰতি বৰ্গ কি.মি. (৭৮৯ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৭.৪৩%[1] |
- লিংগ অনুপাত | ৯৬৪[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26.0°N 93.0°E / 26.0; 93.0 |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক