জেৰাৰ্ড মৌৰো
From Wikipedia, the free encyclopedia
জেৰাৰ্ড এলবাৰ্ট মৌৰো (ফৰাচী: Gérard Albert Mourou; ফৰাচী: [ʒeʁaʁ muʁu]; জন্ম: ২২ জুন ১৯৪৪) এজন ফ্ৰেন্স বৈজ্ঞানিক। তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিকতা আৰু লেজাৰ বিশেষজ্ঞ। তেওঁ তেওঁৰ ছাত্ৰী ডনা ষ্ট্ৰিকলেণ্ডৰ সৈতে চিৰপেদ পালছ্ এম্পলিফিকেচন নামৰ প্ৰযুক্তি আৱিষ্কাৰ কৰে।[1] এই আৱিষ্কাৰৰ বাবে তেওঁলোকে আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়ভাৱে ২০১৮ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
ক্ষিপ্ৰ তথ্য জেৰাৰ্ড মৌৰো, জন্ম ...
জেৰাৰ্ড মৌৰো | |
---|---|
জন্ম | জেৰাৰ্ড এলবাৰ্ট মৌৰো ২২ জুন, ১৯৪৪ (৭৯ বছৰ) এলবাৰ্টভিলে, ফ্ৰান্স |
কৰ্মস্থান | ইকল পলিটেকনিক ENSTA পেৰিছটেক ৰচেষ্টাৰ বিশ্ববিদ্যালয় মিছিগান বিশ্ববিদ্যালয় |
জনা যায় | চিৰপেদ পালছ্ এম্পলিফিকেচন |
উল্লেখনীয় বঁটা | পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা(২০১৮) |
বন্ধ কৰক
১৯৯৪ চনত মৌৰো আৰু তেওঁৰ দলে মিছিগান বিশ্ববিদ্যালয়ত চেল্ফ ফকাছিং প্ৰতিসৰণ (কেৰ ইফেক্ট) আৰু আয়নিকৰণৰ সহায়ত চেল্ফ এতেনোৱাটিং ডিফ্ৰাকচন ৰ মাজত সমানতা আৱিষ্কাৰ কৰে।