ডিব্ৰুগড় জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ডিব্ৰুগড় জিলাৰ বিষয়ে। জিলা খনৰ সদৰৰ বাবে ডিব্ৰুগড় চাওক।
ডিব্ৰুগড় জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা। ইয়াৰ সদৰ স্থানৰ নামো ডিব্ৰুগড়। জিলাখনৰ মাটিকালি প্ৰায় ৩,৩৮১ বৰ্গ কিলিমিটাৰ।
- এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
ক্ষিপ্ৰ তথ্য ডিব্ৰুগড় জিলা, দেশ ...
ডিব্ৰুগড় জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত ডিব্ৰুগড়ৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | উজনি অসম |
সদৰ | ডিব্ৰুগড় |
মহকুমা | ডিব্ৰুগড়, নাহৰকটীয়া |
চৰকাৰ | |
- লোকসভা সমষ্টি | ডিব্ৰুগড়, লখিমপুৰ |
- বিধানসভা সমষ্টি | মৰাণ (১১৫), ডিব্ৰুগড় (১১৬), লাহোৱাল (১১৭), দুলিয়াজান (১১৮), টিংখং (১১৯), নাহৰকটীয়া (১২০), চাবুৱা (১২১) |
মাটিকালি | |
- মুঠ | ৩,৩৮১ কি.মি.২ (১,৩০৫.৪ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১৩,২৬,৩৩৫ জন |
- জনঘনত্ব | ৩৯২.৩ প্ৰতি বৰ্গ কি.মি. (১,০১৬ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল | ২,৪৩,৭৩০ জন |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৬.০৫% |
- লিংগ অনুপাত | ৯৬১ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক