দ্য চিক্ৰেট গাৰ্ডেন
From Wikipedia, the free encyclopedia
দ্য চিক্ৰেট গাৰ্ডেন (ইংৰাজী: The Secret Garden) হ'ল ফ্ৰান্সেছ হডছন বাৰ্নেট (ইংৰাজী: Frances Hodgson Burnett) ৰচিত এখন শিশু উপন্যাস। ১৯১০ চনৰ শৰৎ কালৰ পৰা ইয়াৰ খণ্ড খণ্ডকৈ প্ৰকাশ আৰম্ভ হয় আৰু ১৯১১ চনত ই সম্পূৰ্ণৰূপে প্ৰকাশ হৈ ওলায়। ই বৰ্তমান ব্ৰুনেটৰ সবাতোকৈ জনপ্ৰিয় উপন্যাস সমূহৰ ভিতৰৰ এখন হোৱাৰ উপৰিও এখন ক্লাচিক ইংৰাজী উপন্যাস হিচাপে পৰিগণিত হৈছে।
ক্ষিপ্ৰ তথ্য দ্য চিক্ৰেট গাৰ্ডেন, লেখক ...
দ্য চিক্ৰেট গাৰ্ডেন | |
---|---|
বেটুপাত, ১৯১১ চন | |
লেখক | ফ্ৰান্সেছ হডছন বাৰ্নেট |
দেশ | ইংলেণ্ড |
ভাষা | ইংৰাজী |
প্ৰকাৰ | শিশু সাহিত্য |
প্ৰকাশক | ফ্ৰেডেৰিক এ. ষ্টক্চ ইংৰাজী: Frederick A. Stokes (আমেৰিকা যুক্তৰাষ্ট্ৰ) Heinemann (UK) |
প্ৰকাশ | ১৯১১ |
ইংৰাজীত প্ৰকাশ |
১৯১১ |
মিডিয়া প্ৰকাৰ | Print (Hardback & Paperback) |
পৃষ্ঠা সংখ্যা | ২৩৪ |
বন্ধ কৰক