নাৰায়ণপুৰ
From Wikipedia, the free encyclopedia
নাৰায়ণপুৰ (ইংৰাজী: Narayanpur) ভাৰতৰ উত্তৰ পূৰ্বীয় ৰাজ্য অসমৰ লখিমপুৰ জিলাৰ এটা ৰাজহ চক্ৰ। [1] এই ৰাজহ চক্ৰৰ কেন্দ্ৰস্থল নাৰায়ণপুৰ নগৰ। নাৰায়ণপুৰ অসমৰ বিহপু্ৰীয়া বিধান সভা সমষ্টি আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
ক্ষিপ্ৰ তথ্য
নাৰায়ণপুৰ | |||||||
— উন্নয়ন খণ্ড — | |||||||
স্থানাঙ্ক | 26°59′47″N 93°53′49″E | ||||||
দেশ | ভাৰত | ||||||
ৰাজ্য | অসম | ||||||
জিলা | লখিমপুৰ জিলা | ||||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||||
ক'ড
|
বন্ধ কৰক