নৰ্থ ইষ্ট ইউনাইটেড এফ চি
ভাৰতীয় ফুটবল ক্লাব / From Wikipedia, the free encyclopedia
নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব (ইংৰাজী: NorthEast United Football Club) হ'ল ইণ্ডিয়ান ছুপাৰ লীগত অংশগ্ৰহণ কৰা অসমৰ গুৱাহাটীৰ ফুটবল ফ্ৰেঞ্চাইজি। এই দলে ইণ্ডিয়ান ছুপাৰ লীগৰ ২০১৪ চনৰ প্ৰাৰম্ভিক বৰ্ষৰপৰা নিজৰ আনুষ্ঠানিক খেল আৰম্ভ কৰে।[1] এই দলটোৰ স্বত্বাধিকাৰী বলিউডৰ অভিনেতা জন আব্ৰাহম।[1]
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, উপনাম ...
সম্পূৰ্ণ নাম | নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব | |||
---|---|---|---|---|
উপনাম | দা হাইলেণ্ডাৰ্ছ (The Highlanders) | |||
প্ৰতিষ্ঠা | ১৩ এপ্ৰিল ২০১৪ | |||
খেলপথাৰ | ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (সৰুসজাই ষ্টেডিয়াম), গুৱাহাটী (আসন: ২৩,০০০) | |||
গৰাকী | জন আব্ৰাহম | |||
মুখ্য প্ৰশিক্ষক | জুৱান পেড্ৰ' বেনালী | |||
লীগ | ইণ্ডিয়ান ছুপাৰ লীগ | |||
২০২২-২৩ | ১১ | |||
ৱেবছাইট | Club home page | |||
|
বন্ধ কৰক