বঙাইগাঁও
অসমৰ বঙাইগাঁও জিলাৰ সদৰ / From Wikipedia, the free encyclopedia
বঙাইগাঁও (ইংৰাজী: Bongaigaon) হৈছে বঙাইগাঁও জিলাৰ সদৰ আৰু নামনি অসমৰ এক উল্লেখযোগ্য গাঁও ৰ প্ৰতিষ্ঠান। এই নগৰ অতীতত কোচ ৰাজ্যৰ ৰাজধানী আছিল। এই চহৰখন প্ৰধানকৈ দুটা ভাগত বিভক্ত, সেয়া হৈছে - বঙাইগাঁও মুল নগৰ আৰু নতুন বঙাইগাঁও। এই চহৰখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৮০ কি.মি. দূৰত পশ্চিমে অৱস্থিত। বড়ো সকলৰ দাবীত ২০০৫ চনত বঙাইগাঁও চহৰে ইয়াৰ এটা বিশাল অংশ চিৰাং জিলাক অৰ্পণ কৰিছে। বঙাইগাঁৱত অসম তথা ভাৰতৰ এটা মুখ্য তেল শোধানাগাৰ আছে। বঙাইগাঁও নগৰখন ১৯০৮ চনতেই ভাৰতীয় ৰেলৰ তালিকাত স্থান পাইছিল।
এই প্ৰবন্ধটো নগৰখন আৰু সদৰঠাইৰ বিষয়ে। একে নামৰ জিলাৰ বাবে বঙাইগাঁও জিলা চাওক।
ক্ষিপ্ৰ তথ্য
বঙাইগাঁও | |||||||
উক্ত চহৰী, ধ্ৰ নগৰ | |||||||
— পৌৰপতি — | |||||||
স্থানাঙ্ক | 26.47°N 90.57°E / 26.47; 90.57 | ||||||
দেশ | ভাৰত | ||||||
ৰাজ্য | অসম | ||||||
জিলা | বঙাইগাঁও | ||||||
উপায়ুক্ত | এচ. পি. নন্দি (IAS) | ||||||
জনসংখ্যা • চহৰ অঞ্চল |
1,74,810 (44) (2011[update]) • 1,09,571 (44) (2010[update]) | ||||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||||
মাটিকালি • উচ্চতা |
• 54 m (177 ft) | ||||||
ক'ড
| |||||||
ৱেবছাইট | bongaigaon.nic.in |
বন্ধ কৰক