বঙাইগাঁও জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
বঙাইগাঁও জিলা উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ইয়াৰ জিলা সদৰ বঙাইগাঁও। ইয়াত মুঠ তিনিখন নগৰ আছে ক্ৰমে অভয়াপুৰী, বঙাইগাঁও আৰু বিজনী। বিজনী নগৰখন বৰ্ত্তমান চিৰাং জিলাৰ অন্তৰ্গত হৈছে। জিলাখনৰ মুঠ মাটিকালি ২৫১০ বৰ্গ কিঃমিঃ।
ক্ষিপ্ৰ তথ্য বঙাইগাঁও জিলা, দেশ ...
বঙাইগাঁও জিলা | |
---|---|
— জিলা — | |
বঙাইগাঁও জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | বঙাইগাঁও |
মাটিকালি | |
- মুঠ | ২,৫১০ কি.মি.২ (৯৬৯.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৭,৩২,৬৩৯ জন |
- জনঘনত্ব | ৪২৫ প্ৰতি বৰ্গ কি.মি. (১,১০০.৭ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-AS-BO |
ৱেবছাইট | bongaigaon.gov.in |
বন্ধ কৰক