বলয়ী প্ৰাণী
From Wikipedia, the free encyclopedia
বলয়ী প্ৰাণী বা এনিলিডা (ইংৰাজী: Annelida; লেটিন শব্দ এনেলাছ (anellus), অৰ্থ "little ring"ৰ পৰা) হৈছে প্ৰাণীৰাজ্যৰ এটা পৰ্ব।[1] ইহঁতৰ দেহ নলাকাৰ, খণ্ডিত দেখিবলৈ সৰু সৰু আঙুঠিৰ (বলয়) মালাৰ দৰে, সেইবাবে নাম "বলয়ী প্ৰাণী" নাম দিয়া হৈছে। উদাহৰণ- কেচু, জোক, নেৰিছ।[2]
ক্ষিপ্ৰ তথ্য বলয়ী প্ৰাণী, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
বলয়ী প্ৰাণী | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
মহাপৰ্ব: | Lophotrochozoa |
পৰ্ব: | Annelida লেমাৰ্ক, ১৮০৯ |
শ্ৰেণী আৰু উপশ্ৰেণীসমূহ | |
শ্ৰেণী Polychaeta | |
কিছুমানে Cilitellataৰ অধীন উপশ্ৰেণী বোৰক শ্ৰেণী হিচাপে গণ্য কৰে |
বন্ধ কৰক