বৰপেটা জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো বৰপেটা জিলাৰ বিষয়ে। বৰপেটা জিলাৰ সদৰৰ বাবে বৰপেটা চাওক।
বৰপেটা জিলা (ইংৰাজী: Barpeta District) অসমৰ প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ জনসংখ্যা ১,৬৪২,৪২০ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি)।
ক্ষিপ্ৰ তথ্য বৰপেটা জিলা, ৰাজ্য ...
বৰপেটা জিলা | |
---|---|
— জিলা — | |
Sankardev Satra Patbausi, Barpeta.jpgপাটবাউসীস্থিত সত্ৰৰ তোৰণ | |
অসমত বৰপেটা জিলাৰ অৱস্থান | |
ৰাজ্য | অসম |
দেশ | ভাৰত |
সদৰ | বৰপেটা |
আসন | বৰপেটা |
মাটিকালি | |
- মুঠ | ৩,২৪৫ কি.মি.২ (১,২৫২.৯ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১৬,৯৩,১৯০ জন |
- জনঘনত্ব | ৫২১.৮ প্ৰতি বৰ্গ কি.মি. (১,৩৫১.৪ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-AS-BA |
ৱেবছাইট | http://barpeta.gov.in/ |
বন্ধ কৰক