ভূমধ্য সাগৰ
সাগৰ / From Wikipedia, the free encyclopedia
ভূমধ্য সাগৰ (/ˌmɛdɪtəˈreɪniən/; ইটালীয়ান: Mare Mediterraneo or Mar Mediterraneo [mar mediterˈraːneo]; আৰবী: البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; সাঁচ:Lang-ell [meˈsoʝos ˈθalasa]; ফৰাচী: Mer Méditerranée [mɛʁ mediteʁane]; স্পেনীছ: Mar Mediterráneo [mar meðiteˈraneo]; তুৰস্কীয়া: Akdeniz; লেটিন: Mare Nostrum ) আটলাণ্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ। এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে। ইয়াৰ উত্তৰে দক্ষিণ ইউৰোপ ( Southern Europe) আৰু আনাট’লিয়া (Anatolia), দক্ষিণে উত্তৰ আফ্ৰিকা আৰু পূবে লেভাণ্ট (Levant)। এই সাগৰক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰে এটা অংশ বুলিও ধৰা হয়। এই সাগৰৰ পাৰত অৱস্থিত দেশবোৰ হৈছে- আলবানিয়া ( Albania), আলজাৰিয়া (Algeria), ব’ছনিয়া-হাৰযেগ’ভিনা (Bosnia-Herzegovina), ক্ৰ’টিয়া (Croatia), চাইপ্ৰাছ (Cyprus),ইজিপ্ট, ফ্ৰান্স, গ্ৰীচ, ইজৰাইল, ইটালী, লেবান’ন, লিবিয়া, মাল্টা (Malta),ম’ৰ’ক্ক, ম’নাক’, ম’ণ্টেনেগ্ৰ’ (Montenegro), উত্তৰ চাইপ্ৰাছ (Northern Cyprus),পেলেষ্টাইন, শ্ল’ভানিয়া, স্পেইন, চিৰিয়া, তুৰ্কী আৰু টুনিছিয়া (Tunisia)।
ভূমধ্য সাগৰ (Mediterranean Sea) | |
---|---|
Map of the Mediterranean Sea | |
স্থানাংক | 35°N 18°E |
প্ৰকাৰ | সাগৰ |
Primary inflows | Atlantic, Sea of Marmara, Nile, Ebro, Rhône, Chelif, Po |
অৱবাহিকা দেশ | about 60
|
কালি | 25,00,000 বৰ্গ কি.মি. (9,70,000 বৰ্গ মাইল) |
গড় গভীৰতা | 1,500 মিটাৰ (4,900 ফুট) |
সৰ্বোচ্চ গভীৰতা | 5,267 মিটাৰ (17,280 ফুট) |
Water volume | সাঁচ:Convert/km3 |
Residence time | 80-100 years[2] |
Islands | 3300+ |
Settlements | Alexandria, Algiers, Athens, Barcelona, Beirut, İzmir, Rome, Tangier, Tel Aviv, Tripoli |