মহচিন হামিদ
From Wikipedia, the free encyclopedia
মহচিন হামিদ (ইংৰাজী: Mohsin Hamid; জন্ম: ২৩ জুলাই ১৯৭১) এগৰাকী পাকিস্তানী ব্ৰিটিছ ঔপন্যাসিক, লেখক আৰু কোম্পানী পৰামৰ্শদাতা (ব্ৰেণ্ড কনচালটেণ্ট)। তেওঁৰ উপন্যাসসমূহ হৈছে; ‘মথ স্মক’ (২০০০), ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ (২০০৭), ‘হাও টু গেট ফ্লিথি ৰিচ্ ইন ৰাইজিং এছিয়া’ (২০১৩), ‘একজিট ৱেষ্ট’ (২০১৭) আৰু ‘দ্য লাষ্ট হোৱাইট ম্যেন’ (২০২২)।
ক্ষিপ্ৰ তথ্য মহচিন হামিদ محسن حامد, জন্ম ...
মহচিন হামিদ محسن حامد | |
---|---|
জন্ম | ২৩ জুলাই, ১৯৭১ (৫২ বছৰ) লাহোৰ, পাকিস্তান |
পেচা | ঔপন্যাসিক |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী ব্ৰিটিছ |
মাতৃশিক্ষায়তন | প্ৰিন্সটন বিশ্ববিদ্যালয় হাভাৰ্ড ল’ স্কুল |
সময় | ২০০০ৰ চনৰপৰা বৰ্তমানলৈ |
ধৰণ | লিটাৰেৰী ফিকচন |
উল্লেখনীয় কৰ্মৰাজি | ‘মথ স্মক’ ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ ‘একজিট ৱেষ্ট’ |
দাম্পত্যসংগী | জাৰা |
সন্তান | ডিনা, ৱালি |
ৱেবছাইট | mohsinhamid |
বন্ধ কৰক