মানুহ খোৱা গছ
মানুহ খোৱা পৌৰাণিক বা কাল্পনিক উদ্ভিদ বা গছ / From Wikipedia, the free encyclopedia
মানুহ খোৱা গছ (ইংৰাজী: Man Eating Plant) হৈছে এক প্ৰকাৰৰ কিংবদন্তিনিৰ্ভৰ মাংসভোজী উদ্ভিদ বা গছ; যি মানুহ বা আন ডাঙৰ প্ৰাণীক হত্যা কৰি সেইবোৰক ভক্ষণ কৰিব পৰাকৈ বৃহৎ। মানুহ খোৱা গছ-সম্বন্ধীয় এনে বিভিন্ন জনশ্ৰুতি আৰু কাল্পনিক কাহিনী সমগ্ৰ বিশ্বতে শ্ৰুতিগোচৰ হয়।
ক্ষিপ্ৰ তথ্য স্থান, বিতং তথ্য ...
আফ্ৰিকা আৰু মধ্য আমেৰিকা উভয়তে পোৱা য়াটেভেও ("মই তোমাক দেখিছোঁ") মাংসভোজী গছৰ দ্বাৰা ভক্ষণ কৰা এজন মানুহৰ চিত্ৰ৷ জে ডব্লিউ বুয়েলৰ ছি এণ্ড লেণ্ড (১৮৮৭ চন)ৰ পৰা সংগ্ৰহ কৰা হৈছে৷ | |
স্থান | আফ্ৰিকা আৰু মধ্য আমেৰিকা। |
---|---|
বিতং তথ্য | আফ্ৰিকা আৰু মধ্য আমেৰিকাৰ অৰণ্যত বাস কৰে |
বন্ধ কৰক