মিথিংগা দৈমাৰী
From Wikipedia, the free encyclopedia
মিথিংগা দৈমাৰী (ওৰফে দীপক দাস) ১৯৯২ চনত পূৰ্বৰ প্ৰচাৰ সম্পাদক সিদ্ধাৰ্থ ফুকনৰ আত্মসমৰ্পণৰ পিছত নিষিদ্ধ সংগঠন আলফাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক আছিল।[1][2][3] তেওঁৰ জন্ম হৈছিল অসমৰ নলবাৰী জিলাৰ বৰমা গাঁৱত[1][4] ১৯৬৭ চনৰ ১৭ মে'ত[4][5] আৰু জন্ম নাম আছিল দীপক কছাৰী।[5]
ক্ষিপ্ৰ তথ্য মিথিংগা দৈমাৰী, জন্ম ...
মিথিংগা দৈমাৰী | |
---|---|
জন্ম | দীপক কছাৰী ১৭ মে', ১৯৬৭ (৫৬ বছৰ) নিজ জুলুকী, বাক্সা, অসম |
অন্য নাম | দীপক দাস, মেগন কছাৰী |
অপৰাধৰ স্থিতি | পেৰ’লত মুক্তি |
বন্ধ কৰক