লসিকা তন্ত্ৰ
From Wikipedia, the free encyclopedia
লসিকা তন্ত্ৰ (ইংৰাজী: Lymphatic system) লসিকা বাহী আৰু লসিকাৰে গঠিত এক অংগ তন্ত্ৰ। ই সংবহন তন্ত্ৰৰে এটা ভাগ। মানুহৰ সংবহন তন্ত্ৰই দৈনিক প্ৰায় ২০ লিটাৰ তেজ পৰিবহণ কৰে। ইয়াৰে কোষীয় পৰিশ্ৰাৱন প্ৰক্ৰিয়াত ৰক্ত কোষবোৰ প্লাজমাৰ পৰা পৃথক হৈ পৰে। প্ৰায় ১৭ লিটাৰ পৰিশ্ৰাৱিত প্লাজমা ৰক্ত বাহিকাবোৰলৈ প্ৰত্যক্ষভাৰে পুনৰ শোষিত হয়। বাকী ৩ লিটাৰ প্লাজমা দেহ ৰসত থাকি যায়। তেজৰ এই তিনি লিটাৰ প্লাজমাৰ অভাৱ পূৰণ কৰাই হৈছে লসিকা তন্ত্ৰৰ প্ৰধান কাৰ্য।[1] লসিকা তন্ত্ৰৰ মাজেৰেই এই তিনি লিটাৰ প্লাজমা তেজত প্ৰৱেশ কৰে।
ক্ষিপ্ৰ তথ্য লসিকা তন্ত্ৰ, সবিশেষ ...
লসিকা তন্ত্ৰ | |
---|---|
মানুহৰ লসিকা তন্ত্ৰ | |
সবিশেষ | |
তন্ত্ৰ | সংবহন তন্ত্ৰ |
চিনাক্তকাৰক | |
লেটিন | ছিষ্টেমা লিম্ফ'ডিয়াম |
MeSH | D008208 |
TA98 | A13.0.00.000 |
TA2 | 5149 |
FMA | 7162 74594, 7162 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক